Home

Introduce yourself and your blog

My Latest Posts

• • •

  • মাতৃত্বৰ দাম
    মোৰ সন্তানে হেনো মোক মোৰ দাম দিব নাৰীৰ নাড়ীৰ লগত থকা সম্পৰ্কৰ দাম দিব পাৰিবিনে হেৰৌ ? মোৰ গৰ্ভৰ দাম দিব ! পাৰিবিনে হিচাব কৰিব কিমান দিন , কিমান ঘণ্টা…More
  • সুৰুযমুখীৰ সূৰ্যগতি
    ( গায়ত্ৰী ভড়ালীৰ কবিতা – এক অৱলোকন )গায়ত্ৰী বাইদেউৰ লগত পাৰ্থিৱ সম্পৰ্কৰ সময় তেনেই সীমিত যদিও আত্মিক সম্পৰ্ক অত্যন্ত গভীৰ । সহকৰ্মী হিচাপে মাথোঁ তিনিবছৰ লগ পোৱা গায়ত্ৰী বায়ে এই…More
  • ভেলেণ্টাইন ডে’ত এগৰাকী ৰিক্সা চালিকা
    ভেলেণ্টাইন ডে’ৰ তাৎপৰ্য অথৱা ভেলেণ্টাইন ডে’ৰ এপাহ ৰঙা গোলাপৰ কথা কেতিয়াও বিচাৰ কৰি চোৱা নাই বা বিচলিতও কৰা নাই । কিন্তু প্ৰেমিক প্ৰেমিকাৰ ব্যস্ততা ভৰা এটা সপ্তাহৰ প্ৰস্তুতিৰ অন্তত এই…More
  • ৰহমানদাৰ বাছ : এখন বাছৰ কথাৰে
    দেৰগাঁৱৰ দাধৰাৰ ধৰমপুৰ গাঁৱৰপৰা গুৱাহাটীৰ কটন কলেজত পঢ়িবলে অহাৰ দিনৰেপৰা দূৰণিবটীয়া অথৱা ছিটিবাছৰ লগত আজি প্ৰায় ২২ বছৰে মোৰ নিবিড় সম্পৰ্ক । খিৰিকিৰ কাষত বহি দূৰণিবটীয়া বাছযাত্ৰা কৰি কিযে সুখ…More
  • ছাত্ৰ যেতিয়া বন্ধু হয়….
    ছাত্ৰ যেতিয়া বন্ধু হয় / তেতিয়া আপোনালোকৰ দৰেই হয় / ছাত্ৰ যেতিয়া বন্ধু হয় / গুৰুতকৈ শিয়ান শিচ আপোনালোকৰ মাজতেই হয় / আপোনালোকৰ মাজতেই গুৰুৱে নিজক বিচাৰি লয় / শিক্ষাৰ…More
  • টোপোলা টাপলি
    শশকৰ্ণ সংবাদ মঘীয়া ঠেঁটুৱৈ লগা শীতত পুৱাৰ উমাল নিহালিখনৰ তলৰ পৰা ওলাই অাহিবৰে মন নাযায় , তাতে আকৌ পুৱা ৭ বজাতে ঘৰৰ পৰা নগাঁও অভিমুখী বাছত উঠিবগে লাগে কলেজলৈ বুলি…More
  • জীৱন উদযাপনৰ দিনবোৰ – অন্তিম কথা
    জীৱন উদযাপনৰ দিনবোৰৰ পাছকথা :সকলোৱে আগকথা লিখে , মোৰ লিখা নহ’ল , সেয়েহে পাছকথাৰে প্ৰায় পাঁচমহীয়া এক প্ৰচেষ্টাৰ সামৰণি মাৰিব খুজিছোঁ । ‘ জীৱন উদযাপনৰ দিনবোৰ ‘ৰ কথা উপন্যাস বুলি…More
  • জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৮০
    অন্তিম খণ্ড আমাৰ আৰু ইকনমিক্স ডিপাৰ্টমেণ্টৰে খুব সম্ভৱতঃ সকলোতকৈ আগতে পৰীক্ষা আৰম্ভ হৈছিল , শেষো হৈছিল বহুতো ডিপাৰ্টমেণ্টৰ পৰীক্ষা আৰম্ভ নহঁওতেই , পৰীক্ষা বুলিলেই উৱা ৰাতি পুৱাই যোৱাৰ ব্যস্ততা ,…More
  • জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৯
    নৱাগত আদৰণি সভাৰ কথা গুণাগঁঠা কৰি থকাৰ সময়তে আমাৰ কেম্পাছ কৃত্ৰিম বানত ডুব গ’ল । তিনি চাৰিদিন ধৰি অবৰ্ণনীয় অৱস্থা আমাৰ হোষ্টেল চৌহদৰ পৰা মাৰ্কেটলৈকে । ইফালে তেতিয়া ক্লাছৰ ভৰপক…More
  • জীৱন উদযাপনৰ দিনবোৰ খণ্ড – ৭৮
    ৰিতুৰ যজ্ঞৰ খিচিৰি খোৱাৰ পিছৰেপৰা আমাৰ উৎসাহ বাঢ়িল পঢ়া শুনা কৰিবলৈ , তেতিয়া পঢ়াৰ বাহিৰে আৰু বিশেষ ব্যস্ততাও নাছিল হোষ্টেলত । পঢ়াৰ লগে লগে প্ৰেম কাহিনী কেইবাটাও বিশেষ হৈ উঠিছিল…More

• • •